Search Results
৭ জন COVID-19+ ওলোৱাৰ পিছতে হোটেল ৰেডিছন ব্লুত উপস্থিত স্বাস্থ্যমন্ত্ৰী। আক্ৰান্তসকলক GMCHলৈ প্ৰেৰণ
পুনৰ ৰাজ্যত ৭ জনৰ দেহত ধৰা পৰিছে COVID-19। এওঁলোক আটাইকেইজন বাছেৰে মুম্বাইৰ পৰা আহিছিল।
কৰ’নাৰ HOTSPOT ফাঁচী বজাৰৰ LATEST UPDATE কি? কি ক'লে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?
হোটেল ৰেডিছন ব্লুৰ পৰা সপত্নীক স্বগৃহলৈ গ’ল হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ ~ Manoranjan Duttaৰ LIVE REPORT
বুধবাৰে মহানগৰীত ওলোৱা ১৫ জন COVID-19+ৰ সংস্পৰ্শলৈ অহা ২০৮ গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰা হৈছে।
দিল্লীৰ পৰা আহি ডিব্ৰুগড়ত উপস্থিত হোৱা ৩ জন যাত্ৰী জ্বৰত আক্ৰান্ত হৈছে। নিয়া হৈছে চিকিৎসালয়।
ৰে’লেৰে মুঠ ১৩০ গৰাকী লোক আহি উপস্থিত হৈছিল গুৱাহাটীত। ১৪ দিনলৈ কোৱাৰেন্টীন কৰা হ'ব এওলোকক।
কিয় গোৱালপাৰাৰ বিধায়ক এ কে ৰছিদ আলমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে?
গুৱাহাটী মহানগৰীত ২৪ ঘণ্টাত ২২জনৰ দেহত ধৰা পৰিল COVID-19, কৰ’নাৰ HOTSPOTত পৰিণত গুৱাহাটীৰ ফাঁচী বজাৰ
ৰাজ্যত পুনৰ ২জনৰ দেহত COVID19+ | সৰুসজাইত কি কলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?
বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ১৪জনৰ গাত COVID-19; অসমৰ লোকসকলক বাহিৰত এৰি দিব নোৱাৰি:হিমন্ত বিশ্ব শৰ্মা
মাতৃ দিৱসত মহামাৰী কৰ’নাৰ পৰা ৰক্ষাৰ যুঁজত চিকিৎসক-নাৰ্ছৰ পৰা আৰক্ষীলৈ বিভিন্ন দায়িত্বত ব্যস্ত মাতৃ